৬ জুন csJ V b d KQqGxODhs
| জুন | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ||||||
| ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
| ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
| ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
| ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
| ৩০ | ||||||
| ২০১৯ | ||||||
৬ জুন (ইংৰাজী: 6 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৭তম (অধিবৰ্ষত ১৫৮তম) দিন। বছৰ শেষ হ'বলৈ ২০৮ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
সূচী
- 1 জন্ম
- 2 মৃত্যু
- 3 অন্যান্য
- 4 বাহ্যিক সংযোগ
জন্ম[সম্পাদনা কৰক]
- ১৮৯০ চনৰ আজিৰ দিনটোত অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ জন্ম হৈছিল।
- বলীউদৰ গায়িকা নেহা কক্কৰৰ জন্মদিন।